বিদ্যাৰম্ভৰ শুভ দিন - ২০২৪

Assamese Panjika

জানুৱাৰী মাহৰ বিদ্যাৰম্ভৰ শুভ দিন - ২০২৪

তাৰিখ দিন মুহূৰ্ত নক্ষত্ৰ
০৫ জানুৱাৰী, ২০২৪ শুক্ৰবাৰ সন্ধিয়া ০৪:৪৯ PM বজাৰ পৰা সন্ধিয়া ০৬:১৭ PM বজালৈ চিত্ৰা
০৭ জানুৱাৰী, ২০২৪ দেওবাৰ প্ৰথম মুহূৰ্তঃ পুৱা ০৮:০৪ বজাৰ পৰা পুৱা ০৯:২০ বজালৈ।
দ্বিতীয় মুহূৰ্ত : সন্ধিয়া ০৪:২১ বজাৰ পৰা নিশা ০৫:৩৯ বজালৈ।
বিষাখা
১২ জানুৱাৰী, ২০২৪ শুক্ৰবাৰ পুৱা ০৭:১৫ বজাৰ পৰা পুৱা ০৯:১২ বজালৈ। উত্তৰাষাঢ়া
১৪ জানুৱাৰী, ২০২৪ দেওবাৰ পুৱা ০৫:১৪ বজাৰ পৰা পুৱা ০৭:১৫ বজালৈ। ধনিষ্ঠা
২১ জানুৱাৰী, ২০২৪ দেওবাৰ পুৱা ০৪:৪৬ বজাৰ পৰা পুৱা ০৭:১৪ বজালৈ। ৰোহিনী
২৬ জানুৱাৰী, ২০২৪ শুক্ৰবাৰ পুৱা ০৭:১২ বজাৰ পৰা পুৱা ০৮:১৭ বজালৈ পুষ্যা
৩১ জানুৱাৰী, ২০২৪ বুধবাৰ পুৱা ০৯:২৪ বজাৰ পৰা পুৱা ১১:০৯ বজালৈ। হস্তা

ফেব্ৰুৱাৰী মাহৰ বিদ্যাৰম্ভৰ শুভ দিন ২০২৪

তাৰিখ দিন মুহূৰ্ত নক্ষত্ৰ
০১ ফেব্ৰুৱাৰী, ২০২৪ বৃহস্পতিবাৰ পুৱা ০৯:২১ বজাৰ পৰা ১০:২৮ বজালৈ চিত্ৰা
০৪ ফেব্ৰুৱাৰী, ২০২৪ দেওবাৰ পুৱা ০৭:০৮ বজাৰ পৰা পুৱা ০৯:৪৫ বজালৈ বিষাখা
০৭ ফেব্ৰুৱাৰী, ২০২৪ বুধবাৰ পুৱা ০৮:৫৭ বজাৰ পৰা ১১:৫৭ বজালৈ পূৰ্ব্বাষাঢ়া
১১ ফেব্ৰুৱাৰী, ২০২৪ দেওবাৰ পুৱা ০৮:৪১ বজাৰ পৰা ১১:৪১ বজালৈ শতভিষা
১৪ ফেব্ৰুৱাৰী, ২০২৪ বুধবাৰ পুৱা ০৮:২৯ বজাৰ পৰা পুৱা ০৯:৫৯ বজালৈ ৰেৱতী
১৫ ফেব্ৰুৱাৰী, ২০২৪ বৃহস্পতিবাৰ পুৱা ০৮:২৫ বজাৰ পৰা পুৱা ০৯:২৬ বজালৈ অশ্বিনী
১৮ ফেব্ৰুৱাৰী, ২০২৪ দেওবাৰ পুৱা ১০:১৮ বজাৰ পৰা নিশা ১২:৩৭ বজালৈ মৃগশিৰা
২১ ফেব্ৰুৱাৰী, ২০২৪ বুধবাৰ পুৱা ০৮:০২ বজাৰ পৰা ১১:০২ বজালৈ পূনৰ্ব্বসু
২৫ ফেব্ৰুৱাৰী, ২০২৪ দেওবাৰ পুৱা ০৯:৫৬ বজাৰ পৰা ১০:৪৬ বজালৈ। পূৰ্ব্বফাল্গুনী
২৮ ফেব্ৰুৱাৰী, ২০২৪ বুধবাৰ পুৱা ০২:১৭ বজাৰ পৰা পুৱা ০৪:১৮ বজালৈ চিত্ৰা
২৯ ফেব্ৰুৱাৰী, ২০২৪ বৃহস্পতিবাৰ পুৱা ০৮:৫৫ বজাৰ পৰা ১০:৩১ বজালৈ চিত্ৰা

মাৰ্চ মাহৰ বিদ্যাৰম্ভৰ শুভ দিন ২০২৪

তাৰিখ দিন মুহূৰ্ত নক্ষত্ৰ
০৬ মাৰ্চ, ২০২৪ বুধবাৰ নিশা ০৯:১১ বজাৰ পৰা ১০:৩৮ বজালৈ উত্তৰাষাঢ়া
০৭ মাৰ্চ, ২০২৪ বৃহস্পতিবাৰ প্ৰথম মুহুৰ্তঃ পুৱা ০৭:৪৪ বজাৰ পৰা ০৮:২৪ বজালৈ
দ্বিতীয় মুহুৰ্তঃ নিশা ০৯:০৭ বজাৰ পৰা নিশা ১১:২৪ বজালৈ।
উত্তৰাষাঢ়া
২০ মাৰ্চ, ২০২৪ বুধবাৰ প্ৰথম মুহুৰ্তঃ পুৱা ০৬:৪৫ বজাৰ পৰা পুৱা ০৯:১২ বজালৈ।
দ্বিতীয় মুহুৰ্তঃ পুৱা ১১:০৮ বজাৰ পৰা নিশা ১২:২৯ বজালৈ।
পুষ্যা
২১ মাৰ্চ, ২০২৪ বৃহস্পতিবাৰ প্ৰথম মুহুৰ্তঃ পুৱা ০৬.৪৬ বজাৰ পৰা পুৱা ০৯.০৮ বজালৈ।
দ্বিতীয় মুহুৰ্তঃ পুৱা ১১:০৪ বজাৰ পৰা ১:১৮ বজালৈ
অশ্লেষা
২৭ মাৰ্চ, ২০২৪ বুধবাৰ প্ৰথম মুহুৰ্তঃ পুৱা ০৭:০৯ বজাৰ পৰা পুৱা ০৮:৪৪ বজালৈ।
দ্বিতীয় মুহুৰ্তঃ পুৱা ১০.৪০ বজাৰ পৰা নিশা ১২.৫৫ বজালৈ।
চিত্ৰা

এপ্ৰিল মাহৰ বিদ্যাৰম্ভৰ শুভ দিন ২০২৪

তাৰিখ দিন মুহূৰ্ত নক্ষত্ৰ
০৩ এপ্ৰিল, ২০২৪ বুধবাৰ নিশা ০৭:২১ বজাৰ পৰা নিশা ০৯:৪১ বজালৈ। উত্তৰাষাঢ়া
০৪ এপ্ৰিল, ২০২৪ বৃহস্পতিবাৰ নিশা ০৭:১৭ বজাৰ পৰা নিশা ০৯:৩৭ বজালৈ। শ্ৰবণা
০৫ এপ্ৰিল, ২০২৪ শুক্ৰবাৰ পুৱা ০৬:০৬ বজাৰ পৰা পুৱা ০৮:০৯ বজালৈ ধনিষ্ঠা
১২ এপ্ৰিল, ২০২৪ শুক্ৰবাৰ নিশা ০৯:৪৫ বজাৰ পৰা নিশা ১১:১৮ বজালৈ ৰোহিনী
১৪ এপ্ৰিল, ২০২৪ দেওবাৰ পুৱা ০৫:৫৬ বজাৰ পৰা পুৱা ০৭:৩৪ বজালৈ আৰ্দ্ৰা
১৭ এপ্ৰিল, ২০২৪ বুধবাৰ পুৱা ০৯:১৭ বজাৰ পৰা ১১:৩২ বজালৈ অশ্লেষা
১৮ এপ্ৰিল, ২০২৪ বৃহস্পতিবাৰ প্ৰথম মুহুৰ্তঃ পুৱা ০৯:১৯ বজাৰ পৰা পুৱা ১১:২৮ বজালৈ।
দ্বিতীয় মুহুৰ্তঃ নিশা ০৬:২২ বজাৰ পৰা নিশা ০৮:৪২ বজালৈ
অশ্লেষা
১৯ এপ্ৰিল, ২০২৪ শুক্ৰবাৰ পুৱা ০৫:৫১ বজাৰ পৰা পুৱা ০৬:৪৬ বজালৈ মঘা

মে’ মাহৰ বিদ্যাৰম্ভৰ শুভ দিন ২০২৪

শুভ তাৰিখ নাই।

জুন মাহৰ বিদ্যাৰম্ভৰ শুভ দিন ২০২৪

শুভ তাৰিখ নাই।

জুলাই মাহৰ বিদ্যাৰম্ভৰ শুভ দিন ২০২৪

তাৰিখ দিন মুহূৰ্ত নক্ষত্ৰ
০৩ জুলাই, ২০২৪ বুধবাৰ পুৱা ০৫:২৮ বজাৰ পৰা পুৱা ০৬:২৯ বজালৈ ৰোহিনী
০৭ জুলাই, ২০২৪ দেওবাৰ নিশা ০৭:৫০ বজাৰ পৰা নিশা ০৯:৩২ বজালৈ পুষ্যা
১০ জুলাই, ২০২৪ বুধবাৰ পুৱা ০৭:৩৭ বজাৰ পৰা পুৱা ০৯:২২ বজালৈ মঘা
১১ জুলাই, ২০২৪ বৃহস্পতিবাৰ নিশা ০৭:৪৯ বজাৰ পৰা নিশা ০৯:১৬ বজালৈ পূৰ্ব ফালগুনি

আগষ্ট মাহৰ বিদ্যাৰম্ভৰ শুভ দিন ২০২৪

ছেপ্টেম্বৰ মাহৰ বিদ্যাৰম্ভৰ শুভ দিন ২০২৪

অক্টোবৰ মাহৰ বিদ্যাৰম্ভৰ শুভ দিন ২০২৪

নৱেম্বৰ মাহৰ বিদ্যাৰম্ভৰ শুভ দিন ২০২৪

তাৰিখ দিন মুহূৰ্ত নক্ষত্ৰ
১৭ নৱেম্বৰ, ২০২৪ দেওবাৰ প্ৰথম মুহুৰ্তঃ পুৱা ১১:৩২ বজাৰ পৰা নিশা ১২:৪৯ বজালৈ।
দ্বিতীয় মুহুৰ্তঃ নিশা ০২:১৬ বজাৰ পৰা নিশা ০৩:৪১ বজালৈ।
ৰোহিনী
২০ নৱেম্বৰ, ২০২৪ বুধবাৰ প্ৰথম মুহুৰ্তঃ পুৱা ১০:৫৫ বজাৰ পৰা নিশা ১২:৩৭ বজালৈ।
দ্বিতীয় মুহুৰ্তঃ নিশা ০২:০৫ বজাৰ পৰা ০৩:৩০ বজালৈ।
পূনৰ্ব্বসু
২১ নৱেম্বৰ, ২০২৪ বৃহস্পতিবাৰ প্ৰথম মুহুৰ্তঃ পুৱা ১০:৫১ বজাৰ পৰা নিশা ১২:৩৩ বজালৈ।
দ্বিতীয় মুহুৰ্তঃ নিশা ০২:০১ বজাৰ পৰা নিশা ০৩:২৬ বজালৈ।
পুষ্যা
২৪ নৱেম্বৰ, ২০২৪ দেওবাৰ নিশা ০৩:০৭ বজাৰ পৰা নিশা ০৪:৫৫ বজালৈ। উত্তৰ ফালগুনি
২৭ নৱেম্বৰ, ২০২৪ বুধবাৰ প্ৰথম মুহুৰ্তঃ পুৱা ১০:২৭ বজাৰ পৰা নিশা ১২:০৯ বজালৈ।
দ্বিতীয় মুহুৰ্তঃ নিশা ০৬:৩৩ বজাৰ পৰা নিশা ০৮:৪৭ বজালৈ।
চিত্ৰা

ডিচেম্বৰ মাহৰ বিদ্যাৰম্ভৰ শুভ দিন ২০২৪

তাৰিখ দিন মুহূৰ্ত নক্ষত্ৰ
০৪ ডিচেম্বৰ, ২০২৪ বুধবাৰ পুৱা ১০ বজাৰ পৰা ১১.৪২ বজালৈ। পূৰ্ব্বাষাঢ়া
০৫ ডিচেম্বৰ, ২০২৪ বৃহস্পতিবাৰ নিশা ০১:০৬ বজাৰ পৰা নিশা ০২:৩১ বজালৈ উত্তৰাষাঢ়া
০৬ ডিচেম্বৰ, ২০২৪ শুক্ৰবাৰ পুৱা ০৯:৫২ বজাৰ পৰা ১০:৪৩ বজালৈ। শ্ৰবণা
১১ ডিচেম্বৰ, ২০২৪ বুধবাৰ প্ৰথম মুহুৰ্তঃ পুৱা ০৯:৩২ বজাৰ পৰা পুৱা ১১:০৩ বজালৈ।
দ্বিতীয় মুহুৰ্তঃ নিশা ১২:৪২ বজাৰ পৰা নিশা ০২:০৭ বজালৈ।
ৰেৱতী
১২ ডিচেম্বৰ, ২০২৪ বৃহস্পতিবাৰ পুৱা ০৯.২৮ বজাৰ পৰা পুৱা ০৯.৫২ বজালৈ অশ্বিনী
১৯ ডিচেম্বৰ, ২০২৪ বৃহস্পতিবাৰ ২০ ডিচেম্বৰৰ নিশা ১১:৫৯ বজাৰ পৰা ১:২০ বজালৈ। অশ্লেষা
২৫ ডিচেম্বৰ, ২০২৪ বুধবাৰ পুৱা ০৮:৩৭ বজাৰ পৰা পুৱা ০৯:১২ বজালৈ। চিত্ৰা
২৬ ডিচেম্বৰ, ২০২৪ বৃহস্পতিবাৰ পুৱা ০৮:৩৩ বজাৰ পৰা ১০:১৬ বজালৈ। স্বাতী
২৭ ডিচেম্বৰ, ২০২৪ শুক্ৰবাৰ পুৱা ১০:৪৯ বজাৰ পৰা নিশা ১২:৩৫ বজালৈ বিষাখা